Close
ASSAMESE - BIRDS 

rooster - কুকুৰা - kukura

CRANE - বগলী - bogoli

CROW - কাউৰী - kauri

CUCKOO - কুলি - kuli

DOVE - কপৌ - kopou

DUCK - পাতিহাঁহ - pati haah

EAGLE - ঈগল - Eagol

HEN - মাইকী কুকুৰা - Maikee kukura

KITE - চিলনী - Siloni

OWL - ফেঁচা - Phesa

PARROT - ভাটৌ - Vaatou

PIGEON - পাৰ চৰাই - Paro Sorai

SPARROW - ঘৰচিৰিকা - Ghorsirika

SWAN - ৰাজ-হাঁহ - Raaj Haah

VULTURE - শগুণ - Xogun

WOODPECKER - কাঠৰোকা - Kaathrokaa

PEACOCK - ময়ূৰ/ম'ৰা - Moyur/Moraa
Close